Type Here to Get Search Results !

হব মোৰ নিশ্চয় জয়

ভোৰ দুপৰীয়া   তুমি আৰু মই

        মাজতে এখনি নৈ।

দয়াৰে ভৰা       অ মোৰ নাৱৰীয়া

         পাৰ কৰিবানে নৈ।

নদীৰ সিপাৰতে    কিমান যে আশা মোৰ    

          হবনে কেতিয়াবা পূৰ।

ভোৰ দুপৰীয়া          তুমি আৰু মই

          মাজতে এখনি নৈ।

দয়াৰে ভৰা           অ মোৰ নাৱৰীয়া 

          পাৰ কৰিবানে নৈ।

বাটৰুৱা যাওঁতে      কিমান যে সংকট

          সকলো যাম পাৰহৈ।

সথ্যৰ সদায় জয়      অসথ্যৰ পৰাজয়

           সথ্যতে নকৰো ভয়।

এজনক মাতি মই      কৰিছো প্ৰাৰ্থনা

           হব মোৰ নিশ্চয় জয়।

           হব মোৰ নিশ্চয় জয়।।।