ভালপোৱাৰ অনুভৱবোৰ জানো কাৰোবাৰ আগত
সম্পূৰণকৈ ব্যক্ত কৰিব পাৰি?
যিমানে নকলেও কিৱা এটা আধৰুৱা হৈ যায় ৷ যিমানে নকলেও
কৱলৈও বহুত বাকী ৰয় ৷
হয়তো সেয়েহে হৃদয়ৰ শব্দবোৰ শেষ হৈ নাযায় ৷ মোৱাইলত
সাঁচি ৰখা প্ৰিয়জনৰ ফটোখন যিমানে নাচাও কিয় ৷
কেতিয়াবা জানো হেপাঁহ পলায় ?
লিখিবলৈ মন যায়
উকা কাগজৰ পিঠিত হৃদয়ৰ অনুভুতিবোৰ ...."উৰিব দিয়া মোক আকাশ নীলাত..
ডুবিব দিয়া,
হিয়াৰ মাজত
অসম্পূৰণ মই,
যেন সোঁতহীন নৈ ৷"
"ভালপোৱা এক অনন্য অনুভৱ"