Type Here to Get Search Results !

হেৰুৱাব খোজা

 

যদিহে আকাশৰ বিশালতাত হেৰুৱাব খোজা

এচপৰা ডাৱৰ হৈ চোৱাচোন ৷

যদিহে তৰাবোৰৰ মাজত লুকাব খোজা

এটি তৰা হৈ চোৱাচোন ৷

তুমি যতেই নাথাকা কিয়!

তুমি যতেই নোযোৱা কিয়!

প্ৰতিবাৰেই মোৰ হৃদয়ত খোজ দি যোৱা ৷

সেয়ে প্ৰতিবাৰেই তোমাক বিচাৰি পাওঁ ৷