সচাঁকৈয়ে মনত প্ৰশান্তিৰ জোৱাৰ উঠি আহে
যেতিয়া কাৰোবাৰ সচাঁ ভালপোৱাবোৰ অনুভৱ কৰো …
ভাল লাগে ,
যেতিয়া মোৰ দৰে তেওলোকেও বুকুত সাজে
সাতোৰঙী সপোনবোৰ …
তেতিয়াই মোৰ আকাশৰ ৰামধেনুখনত আকৌ এবাৰ ৰং সানিব লও …
আৰু অলপ বেছিকৈ ময়ো ভালপাৱলৈ লও