Type Here to Get Search Results !

মহৎ লোকৰ বাণী



 ১) জীৱনত ভয় খাবলৈ একোৱেই নাই । আছে মাথো জীৱনক বুজিবলৈ = মেৰি কুৰি 







২) এই পৃথিৱীত মূৰ্খৰ বাহিৰে কোনেও চিন্তাহীন বাবে জীৱাই থাকিব নোৱাৰে  = এলবাৰ্ট হাৱাৰ্ড  ।



৩) কাহিনীীতকৈ পাতনি দীঘল কৰাতো মুৰ্খামিৰ চিন = অ 'ল্ড টেষ্টামেণ্ট ।




৪) নিজৰ কুকুৰটোৰ কাৰণে গৰাকীজন সদায়েই নেপোলিয়নৰ দৰে বীৰপূৰুষ । সেই গুণেই কুকুৰক সকলোৰে প্ৰিয় কৰি তোলে = হাক্সলী 


৫)শৰীৰত প্ৰৱেশ কৰা ঘাতক বিষ আৰু ব্যক্তিৰ দ্বাৰা হোৱা অসংখ্য পাপ -এই দুয়োটাই আপোনাৰ অস্তিত্ব নাইকীয়া কৰি দিব ।
                                   📝 চাণক্য ।