Type Here to Get Search Results !

এযুৰি চকুৰ সন্ধানত

 এযুৰি চকুৰ সন্ধানত

সেই যুৰি চকুৰ অবৰ্তমানত
আজিও মোৰ মনে নিৰলে
হাহাঁকাৰ কৰে ।
পামনে দেখা কোনোবা দিনা
সেউজ বুলীয়া সতেজ চকুযুৰি
যাৰ চাৱনিয়ে মোক ৰাখিয়াছে আগুৰি ।
কত কেতিয়া কেনেকৈ দেখা পাম মই।