তুমি
তুমি নাজানা তুমি কোন?তুমি সোন,আকাশৰ জোন।
তুমি নাজানা তুমি কোন?
তুমি সোন অ' সোন,অন্ধকাৰ আকাশৰ জোন।
তুমি নাজানা তুমি কোন?
তুমি সোন, আকাশৰ জোন।
তুমি নাজানা ন তুমি কোন?
তুমি সোন কোন?