Type Here to Get Search Results !

ঠিকনা

 







ঠিকনা


ঘূৰি আহিবা মোৰ জীৱনলৈ 

আকৌ মৰমৰ লুকাভাকু খেলিম 

 আজীৱন তোমাৰ কাষত থাকিম

তোমাক লৈ দেখিম প্ৰেম জীৱনৰ সপোন 

তোমাৰ নিশ্বাসতে মোৰ তিতা চুলি শুকুৱাম

তোমাৰ কোলাতে মোৰ কলিজা ৰাখি

হাতৰ আঙুলিৰ ফাঁকত আঙুলি ভৰাই জীৱনৰ ঠিকনা বিচাৰিম ।