*কবিতা:*
ডাৱৰীয়া বতৰ
আৰু হঠাৎ বৰষুণ দিলে
আৰু ৰাস্তাৰ মাজত অকলে
চকু দুটা বন্ধ কৰি
হাত দুটা মেলি বৰষুণত তিতি
পানীৰ টোপালবোৰ টুপ টুপ কৈ
মূৰত আৰু চকুত পৰিব
কিমান যে ভাল লাগে!
*Reality:* কিনকিনিয়া বৰষুণত তিতি
ঘৰত আহি পাই মূৰৰ বিষ
আৰু লাহে লাহে কাঁহ চৰ্দি
আৰু পাছত বেমাৰ