পৃথিৱীৰ বিচিত্র তথ্য
প্রঃ কোনখন সাগৰত জাহাজ চলাচল নকৰে ?
উঃ । চাৰগোজা সাগৰত । কাৰণ , সাগৰীয় উদ্ভিদ বৰ বেছি ।
প্ৰঃ । ক'ত প্ৰথমে বাৰুদ আৱিষ্কাৰ কৰা হয় ?
উঃ চীন দেশত ।
প্ৰঃ । পৃথিৱীৰ ভিতৰত পাগল সংখ্যা কোন দেশত বেছি ?
উঃ । ব্রহ্মদেশত ।
প্রঃ । জীৱ হত্যা ক’ত বেছি হয় ?
উঃ । চিকাগো চহৰত ।
প্ৰঃ ৷ সৰ্বাধিক ভাষালৈ অনূদিত গ্রন্থ কোনখন ?
উঃ । বাইবেল ।
প্ৰঃ । পৃথিৱীৰ আটাইতকৈ অধিক মূল্যৰ বেহেলা ক’ত আছে ?
উঃ । নিউইয়র্কত ।
প্ৰঃ । পৃথিৱীৰ ক'ত নাৰী চিকিৎসকৰ সংখ্যা অধিক ?
উঃ । ছোভিয়েত ৰাছিয়াত ।
প্রঃ । সাগৰৰ সৰ্বাধিক গভীৰতা ক'ত আছে ?
উঃ । প্রশান্ত মহাসাগৰত । প্রায় ৩৫,৪০০ ফুট গভীৰ ।
প্রঃ । প্রথম মহাযুদ্ধৰ অস্ত্ৰ কি আছিল ?
উঃ । টেঙ্ক ।
প্রঃ । দ্বিতীয় মহাযুদ্ধৰ অস্ত্ৰ কি আছিল ?
উঃ । বোমাৰু বিমান ।
প্রঃ । আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱনৰ নাম কি ?
উঃ । হোৱাইট হাউচ ।
প্ৰঃ । লণ্ডনৰ পাৰ্লামেন্ট ভৱনৰ নাম কি ?
উঃ । হোৱাইট হল ।
প্ৰঃ । বিশ্বৰ প্ৰথম মহিলা প্রধানমন্ত্রী কোন ?
উঃ । শ্ৰীমতী বন্দৰ নায়েক । শ্রীলংকা ।
প্ৰঃ । আটাইতকৈ মূল্যবান ঘড়ী কোনে ব্যৱহাৰ কৰে ?
উঃ । মহামান্য পোপ ।
প্রঃ । বিশ্বত প্রকাশিত বাতৰি কাকতৰ সংখ্যা কিমান ?
উঃ । প্রায় ১ লাখৰো অধিক ।
প্ৰঃ । মুকুতা ক’ত পোৱা যায় ?
উঃ । সামুদ্রিক শামুকত ।
প্ৰঃ । প্রথমে ক’ত চাহৰ প্ৰচলন হয় ?
উঃ । চীন দেশত ।
প্রঃ । কোন দেশত কাউৰী নাই ?
উঃ । লাক্ষা দ্বীপত ।
প্ৰঃ । পৃথিৱীৰ কোন ঠাইত প্ৰথম মটৰ দুৰ্ঘটনা ঘটিছিল ?
উঃ । লণ্ডন চহৰত । ১৮৯৬ চনৰ ১০ আগষ্টত ।
প্ৰঃ । দিনৰ ভাগত কেতিয়া নক্ষত্র দেখা পোৱা যায় ?
উঃ । পূর্ণগ্রাস সূর্যগ্ৰহণৰ সময়ত ।
প্ৰঃ । কোন দেশত ৰাতি ৰামধেনু দেখা পোৱা যায় ?
উঃ । হাওৱাই দ্বীপত ।
প্রঃ । পৃথিৱীত ডাক টিকতৰ জন্ম কোনে দিছে ?
উঃ । ইংলেণ্ডৰ চাৰ ৰোলাণ্ড - এ । ১৮৪০ চনৰ ৬ জানুৱাৰীত ।
প্রঃ । চীনৰ বিপ্লৱ কেতিয়া হৈছিল ?
উঃ । ১৯১১ চনত ।
প্ৰঃ । পৃথিৱীৰ ইতিহাসত আটাইতকৈ বোমা বিস্ফোৰণ ক’ত হৈছিল ?
উঃ । ইৰাক চহৰত ।
প্রঃ । প্রথম বিশ্বশান্তি সন্মিলন ক’ত অনুষ্ঠিত হয় ?
উঃ । চানফ্রান্সিচ্কোত ; ১৯৪৫ চনৰ ২৫ এপ্ৰিলত ।
প্ৰঃ । ইংলেণ্ডৰ কোন ৰাণীয়ে ৯ দিন ৰাজত্ব কৰাৰ পাছত প্ৰাণদণ্ডেৰে দণ্ডিত হয় ?
উঃ । লেডি জন গ্রে ।
প্ৰঃ । পৃথিৱীৰ কোন ঠাইত প্রথমে চেৰিটেৱল ডিচপেন্সাৰী খোলা হয় ?
উঃ । লণ্ডনত , ১৭৭০ চনত ।
প্রঃ । চুয়েজ খাল কেতিয়া খোলা হয় ?
উঃ । ১৮৬১ চনৰ ৭ নৱেম্বৰত ৷
প্রঃ । ইউৰোপৰ কোন দেশত মুদ্রা নাই ?
উঃ । আলবেনিয়াত ।
প্রঃ । শ্যেক্সপীয়েৰৰ ছদ্মনাম কি ?
উঃ । বার্ড অৱ এভন ।
প্রঃ । পৃথিৱী কি ?
উঃ । পৃথিৱী একটি গ্রহ ।
প্ৰঃ । পৃথিৱীৰ আয়তন কিমান ?
উঃ । প্রায় ১৯ কোটি ৭ লাখ বর্গ মাইল ।
প্ৰঃ । পৃথিৱীৰপৰা চন্দ্ৰলৈ দূৰত্ব কিমান ?
উঃ । ২ কোটি ৩৯ হেজাৰ মাইল ।
প্ৰঃ । পৃথিৱীৰ পৰা সূর্যলৈ দূৰত্ব কিমান ?
উঃ । ৯ কোটি ৩০ লাখ মাইল ।
প্ৰঃ ৷ ভাৰতৰ প্ৰথম বিশ্বসুন্দৰী কোন ?
উঃ । শ্রীমতী ৰীতা ফিৰিয়া , ১৯৬৬ চন ।
প্রঃ । পানামা খাল কোনে সাঁতুৰি পাৰ হয় ?
উঃ । মিহিৰ সেন ।
প্রঃ । ষ্টেলিন পুৰস্কাৰ কোনে পাইছিল ?
উঃ । ড ° চফিউদ্দিন কিচলু ।
প্রঃ । ভিক্টোৰিয়া পুৰস্কাৰ কোনে লাভ কৰে ?
উঃ । নায়েক খুজাদাদা খান ।
প্ৰঃ । পৃথিৱীত আটাইতকৈ ডাঙৰ দুৰ্ঘটনা ক’ত হৈছিল ?
উঃ । টাইটানিক জাহাজ ডুবি যোৱা ঘটনা । ১৯১২ চনৰ ২৪ এপ্রিলত আটলান্টিক মহাসাগৰত বৰফৰ টুকুৰাত খুন্দা খাই জাহাজখন ডুবি যোৱাত শ শ লোকৰ মৃত্যু হয় ।