এতিয়া আৰু তোক বিচাৰি আমনি নকৰো,অধিকাৰো নাই মোৰ ।তোক চিৰদিনৰ বাবে তোৰ প্ৰিয়জনৰ বাবে তোৰ প্ৰিয়জনৰ কাষলৈ এৰি দিলো 😭😭মইঅচিনাকী হে আছিলো ।এয়া কপালৰ লিখন আছিল চাগে,বহুত চেষ্ঠা কৰিও মই তোৰ যোগ্য হব নোৱাৰিলো…ইমান কম সময়ত পৃথিৱীৰ একো বস্তুৱে সলনি নহয় যিমান মানুহৰ মন সলনি হয়।