Type Here to Get Search Results !

মাৰ্ক জুকাৰবাৰ্গ





 

মাৰ্ক জুকাৰবাৰ্গ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওকসন্ধানলৈ যাওক
২০১৪ চনৰ মাৰ্ক জুকাৰবাৰ্গ ছবি

মাৰ্ক জুকাৰবাৰ্গ (ইংৰাজীMark Elliot Zuckerberg) এগৰাকী আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু ইন্টাৰনেট উদ্যামী৷ ইন্টাৰনেটৰ জগতত তেওঁ ফেইচবুকক লৈ এক আলোৰণৰ সৃষ্টি কৰে৷ তেওঁৰ জন্ম হৈছিল ১৯৮৪ চনৰ ১৪ মে’ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ৰাজ্যৰ হুৱাইট প্লেইনছত৷[1][2] তেওঁৰ দেউতাক এডৱাৰ্ড জুকাৰবাৰ্গ এগৰাকী দন্ত্য চিকিৎসক আৰু মাক কেৰেন কেম্পনেৰ এগৰাকী মনৰোগ চিকিৎসক৷[3] জুকাৰবাৰ্গ এতিয়া ফেইচবুকৰ মুখ্য কাৰ্যকাৰী (CEO)-ৰ লগতে সহ-প্ৰতিষ্ঠাপক হিচাপে আছে৷ ২০১৮ চনলৈকে তেওঁৰ নিজা সম্পত্তিৰ পৰিমাণ ৭২.৫ বিলিয়ন আমেৰিকান ডলাৰ বুলি অনুমাণ কৰা হৈছিল৷[4][5]