(অনুভৱ) 





ভালপোৱা গৰাকীয়ে ব্যস্ততাৰ পৰা অলপ সময় আপুনি তেওঁক দিয়াটো বিচাৰে কিন্তু আপুনি যদি অৱহেলাৰ ওপৰত অৱহেলা কৰি যায়! তেওঁৰ আত্মসন্মান নষ্ট হ'ব আৰু এদিন সময় আহিব তেওঁ আপোনাক হেজাৰ ভাল পালেওঁ…আঁতৰি যাবলৈ বাধ্য হৈ পৰিব গতিকে অৱহেলা কৰাটো ভুল।



যদি ভালপোৱা গৰাকী আৰু আপোনাৰ লগত থাকিব নিবিচাৰে তেওঁ যদি এতিয়া আৰু আপোনাৰ লগত সুখী নহয় তেওঁক যোৰ নকৰিব যোৱা বোৰক যাব দিয়া যোৰ কৰি মাত্ৰ শৰীৰ ভোগ কৰিব পাৰি সুখী হ'বলৈ মনটো পাব নোৱাৰি।
