সৰু সৰু বাক্যাংশ ( Forms of Small Speeches )
( সৰু সৰু বাক্যাংশ ( Forms of Small Speeches )
সৰু সৰু বাক্যাংশ ( Forms of
Small Speeches ) ইংৰাজীত কেতিয়াবা একোটা সম্পূর্ণ বাক্যৰ ঠাইত বাক্যাংশ বা
কেৱল দুই এটা শব্দ ব্যৱহাৰ কৰিও কাম চলাব পাৰি ৷ উদাহৰণস্বৰূপ , Yes , sir
( য়েছ ছাৰ
) , No , sir ( ন'ছাৰ ) , Very good
, sir ( ভেৰী
গুড় , ছাৰ ) আদি ৷ এই বাক্যাংশবোৰ ইমানেই বেছিকৈ প্ৰচলিত যে ইংৰাজী
কবলৈ আৰু বুজিবলৈ ইচ্ছুক সকলে ইয়াৰ লগত পৰিচিত হোৱা উচিত । এই বাক্যাংশ কেইটা
অতি সৰল — কিয়নো ই ব্যাকৰণৰ নিয়মবোৰৰ কটকটীয়া বান্ধোনৰ পৰা মুক্ত ।
|
1. এতিয়াই আহিছোঁ । - Just coming . জাষ্ট কামিং ।
2. বৰ ভাল ৷ - Very well . ভেৰী ৱেল ।
3.ভাল কথা ৷ - It's fine / very good . ইট্ছ ফাইন / ডেী গুড ।
4.আপোনাৰ ইচ্ছা - As you like / As you please . এজ ইউ লাইক / এজ ইউ প্লীজ ।
5.আৰু কিবা ? - Anything else ? এনিথিং এস ?
6. হব দিয়ক । - That's enough ডেই্ছ এনাফ ।
7.এই সম্মানৰ বাবে ধন্যবাদ । - Thanks for this honour . থেংক্চ ফৰ দিছ অ'নাৰ ।
8.ভাল বাৰু । - O.K , অকে ।
9. কিয় নহয় ? - Why not ? হোৱাই নট ?
10. অলপো নহয় । - Not a bit নট এ বিট ।
11.ভালবাৰু যাওঁ ! - Ta - ta .
12.কাইলৈ লগপাম / দেখা হব । - See you tomorrow . চি ইউ টুমৰো ৷
13.হয় , নিশ্চয় । - Yes , by all means . য়েছ , বাই অল মিস ।
14. বহুত ! - Too much ! টু মাচ্ !
15.হয় , ডাঙৰীয়া ! - Yes , sir ! য়েছ ছাৰ !
16.নাই , কেতিয়াও নহয় । - No , not at all . নো , নট এট অল ।
17.আৰু একো নাই ৷ - Nothing more . নাথিং ম'ৰ ।
18.বিশেষ একো নাই । - Nothing special নাথিং স্পেচিয়েল ।
19. কোনো কথা নাই । - Never mind / Doesn't matter . নেভাৰ মাইণ্ড / ডজ্’ণ্ট মেটাৰ ।
20.স্বাগতম্ । -Welcome . ৱেলকাম ৷
21.ভসা ৰাখক । - Rest assured ৰেষ্ট এচিয়ড ।
22. নমস্তে | চালাম | সৎশ্রীঅকাল / ৰাম - Good morning / afternoon / evening / night . গুড মনিং / ৰাম ! আফটাৰনুন / ইভিনিং / নাইট ।
ইয়াৰ প্ৰায়বোৰেই বাক্যাংশহে , সম্পূর্ণ বাক্য নহয় । অথচ , এইবোৰে সম্পূৰ্ণ বাক্যৰ দৰেই কাম কৰে ।মনোযোগ দি চাওক আৰু কওক এইবোৰ পূৰ্ণ বাক্য কিয় নহয় ? হয় , ঠিকেই কৈছে — এইবে৷ৰ পূৰ্ণ বাক্য এই কাৰণেই নহয় যে ইয়াৰ প্ৰায়বোৰতে ক্ৰিয়া নাই ৷ যদি কৰবাত ক্রিয়া আছে তেন্তে তাত কৰ্ত্তাৰ চিনমো কাম নাই । ক’ত কৰ্ত্তা আৰু ক’ত ক্ৰিয়া লাগিব সেই কথা মনতে ভাৱি বুজিব লাগে ৷ এনে বাক্যাংশ বা বাক্যই বার্তালাপবোৰ শুৱলা কৰি তোলে ৷ কেতবোৰ আপুনি নিজৰ ফালৰ পৰা কব পাৰে আৰু কেতবোৰ কথাৰ উত্তত কোৱা হয় । বাক্যবোৰ চাই আপুনি ইয়াৰ প্ৰয়োগ কৰিবলৈ শিকিব পাৰে ৷ ইংৰাজী কোৱাৰ ইচ্ছুক সকলে এনে বাক্যবোৰ সংগ্ৰহ কৰি এইবোৰ যথাস্থানত প্ৰয়োগ কৰিবলৈ অভ্যাস কৰা উচিত ৷ আহক , এতিয়া সম্পূর্ণ বাক্যৰ লগত পৰিচয় হওঁ ঃ—
1. ৰ'ব । - Stop .
2 . কওক । - Speak . স্পীক
3 . শুনক । - Listen লিচ ন।
4. ইয়াতে বাট চোঁৱা ৷ - Wait here . ৱেইট হিয়েৰ ।
5 . এইফালে আঁহা । - Come here . কাম হিয়েৰ ।
6.এইপিনে চেঁাঁৱা । - Look here . লুক হিয়েৰ ৷
7.এইটো লোৱা । - Take it . টেক ইট ।
8. কাষলৈ আঁহা । - Come near . কাম নিয়েৰ ।
9.বাহিৰত গৈ অপেক্ষা কঁৰা ৷ - Wait outside . ৱেইট আওটছাইদ ।
10.ওপৰলৈ যোৱা । - Go up . গ আপ
11.সাবধান হবা । - Be careful./Be cautious বি কেয়াৰফুল / বি ক'চাচ ।
12. লাহে লাহে ব’লা । - Go slowly . / Walk slowly . গ স্ললী / ৱাক লী ।
13.এতিয়াই যোৱা । - Go at once . গ ’ এই্ ৱান্স ৷
14. ইয়াত ৰ'বা । - Stop here , ষ্টপ হিয়েৰ ।
15. পোনে পোনে যোৱা । - Go straight . গ ’ ট্রুেইট ।
16.গুছি যোৱা / বাহিৰ হৈ যোৱা । - Go away / Get out . গ ’ এৱে / গেট আউট ।
17.ভালকৈ চাফা কঁৰা । - Clean properly . ক্লিন প্রপালি ।
18.মোক আমনি নকৰিবা ৷ - Don't trouble / tease me ডণ্ট ট্রাবল / টিজ মি ।
19.আকৌ চেষ্টা কঁৰা ৷ - Try again . ট্রাই এগেইন ।
20.আৰম্ভ কৰক ৷ - Go ahead . গ ’ এহেড ।
21. লৰচৰ নকৰিবা ৷ - Don't move . ড’ট মুভ।
এইবোৰ পূৰ্ণ বাক্য কিয় ? ই কাৰণেই যে এইবোৰত ক্রিয়া নিজ নিজ স্থানত আছে ৷ এইবোৰত কৰ্ত্তা ( Subject ) উহ্য হৈ আছে ৷ এইবোৰ আদেশসূচক ( order ) বাক্য ৷ইয়াত you ( তুমি ) অর্থাৎ কৰ্ত্তাটো অর্থ অনুযায়ী নিজেই লগাব লাগে — অর্থাৎ ‘ you ' কৰ্ত্তাটো understood ( উহ্য ) হৈ আছে ৷
(To Remember) ওপৰৰ
B ভাগটোত
সকলো বাক্যই আদেশসূচক । আপুনি অলপ যত্ন কৰিলেই এইবোৰক প্ৰাৰ্থনাসূচক বাক্যলৈ
ৰূপান্তৰ কৰিব পাৰে । কওকচোন কেনেকৈ ?
ওপৰৰ প্ৰতিটো বাক্যৰ আৰম্ভনীতে '
Please ' শব্দটো
লগাওক ।
প্রথম
বাক্যটো এনে ধৰণৰ হব— Please stop ( অনুগ্ৰহ কৰি ৰওক ) । বাকীবোৰ বাক্যও
এনে ধৰণৰেই হব ৷ এই বাক্যবোৰৰ ক্ৰিয়াৰ অৰ্থ আদৰসূচক হয় ।
2. যেতিয়া আপুনি আপোনাৰ ওপৰৱালাজনৰ পৰা
ছুটী বিচাৰে বা এনে কোনো প্রার্থনা জনায় তেতিয়া Please- ৰ ঠাইত Kindly ব্যৱহাৰ কৰক । যেনে (i ) অনুগ্ৰহ কৰি মোক এদিনৰ ছুটী দিয়ে
যেন— Kindly grant me leave for one day . ( ii ) দয়া কৰি বিষয়টো চালিজাৰি চায় যেন—
Kindly look into the matter . এই দুয়োটা বাক্যতে Please শব্দৰ প্ৰয়োগ কৰা উচিত নহয় । ইয়াত
Kindly শব্দটোহে
প্ৰয়োগ কৰিব লাগে ।
|