Type Here to Get Search Results !

Past Perfect Continuous Tense

 


Past Perfect Continuous Tense

অতীতকালৰ কোনো এটা সময়ত এটা কাম আৰম্ভ হৈ অতীতকালৰেই এটা নির্দিষ্ট সময়লৈ চলিছিল — এই অৰ্থ বুজাবৰ বাবে verb- অৰ Past Perfect Continuous Tense হয় । 


ক) দুয়োটা কাম অতীতত কৰা হৈছিল।


খ) তাৰে এটা আগতে আৰু আনটো পিছত আয়োজন কৰা হৈছিল।


গ) আগতে আয়োজন কৰা টো দীৰ্ঘদিন ধৰি চলিছিল।


Structure:

1st Subject + had been + V1 + ing +  1st object +2nd Subject +  V2 + 2nd object.


Examples : - 1.তেওঁ অহাৰ সময়ত মই ভাত খাই আছিলো। - I had been eating rice when he came.


2.বেল বাজিযোৱাৰ আগতে আমি খেলি আছিলো - we were playing before the bell rang.


3.যেতিয়া মই তেওঁৰ সৈতে লগ পাবলৈ গৈছিলো তেতিয়া তেওঁ কিতাপ পঢ়ি আছিল। - He had been reading book when I went to met with him/her.


4. যেতিয়া আপুনি আপোনাৰ বন্ধুৰ ঘৰলৈ গৈছিল তেতিয়া আপোনাৰ মায়ে আপোনাৰ বাবে অপেক্ষা কৰি আছিল। -  your mother had been waiting for you when you went to your friend’s home.


5. जब उसने खेल देखा तो मैं सो रहा था । -  I had been sleeping when he saw the game.


* Past Perfect Continuous Tense ত সকলো পুৰুষত (Person) পিছত had been হয় আৰু মূল Verb ৰ লগত ing যোগ হয়।


( i ) I had been reading English for four hours yesterday . ( ii ) The girl had been singing for two hours last night . ( ওপৰৰ বাক্য দুটা ভালদৰে লক্ষ্য কৰিলে বুজিব পাৰিবা যে , পঢ়াৰ কামটো অতীতৰ কোনো এটা সময়ত আৰম্ভ হৈ অতীতকালৰেই এটি নির্দিষ্ট সময়লৈ চলিছিল । ধৰা হওক , মই ৰাতিপুৱা ছয় বজাতেই ইংৰাজী পঢ়িবলৈ আৰম্ভ কৰিছিলো । মোৰ পঢ়া কামটো সেই সময়ৰ পৰা চাৰিঘণ্টা ধৰি চলিছিল । সেইদৰে ছোৱালীজনীয়ে দুইঘণ্টা আগেয়ে গান গাবলৈ আৰম্ভ কৰিছিল আৰু দুইঘণ্টা ধৰি গান গাইছিল । 

 Pending...........................