Past Perfect Tense
অতীতকালত অনুষ্ঠিত দুটা কামৰ মাজত এটা কাম অইন কামটোৰ আগেয়ে অনুষ্ঠিত হৈছিল— এই অর্থ বুজাবলৈ verb- অৰ Past Perfect Tense হয় । দুয়োটা কামেই অতীতকালত অনুষ্ঠিত হৈছে ; তাৰ মাজতেই এটি কাম অইন কামটোৰ আগেয়েই অনুষ্ঠিত হৈছে । যিটো ঘটনা আগেয়ে ঘটিছিল , তাক বুজাবৰ বাবে Past perfect Tense আৰু | যিটো কাম পাছত হৈছিল , তাক বুজাবলৈ Past indefinite Tense ব্যৱহাৰ হয় । ) যেনে—
Structure :-
1st subject + had + v3 + 2nd subject + v2 + 2nd + 2nd object.
Examples : -
1.মই ভাত খাইদিয়াৰ আগতে তেওঁ ঘৰলৈ আহিছিল। - He had come home before I ate rice.
2.মই স্কুললৈ যোৱাৰ আগতে ই মৰিছিল - He had died before I went to school.
3.ঘণ্টা বাজিবলৈ যোৱাৰ আগতে তেওঁলোক ষ্টেচনত উপস্থিত হৈছিল। - They had reached the station before the bell rang.
4.চিকিৎসক অহাৰ আগতে ৰোগীজনৰ মৃত্যু হৈছিল। - The patient had died before the doctor came.
5.ৰোগীজনৰ মৃত্যুৰ আগতে চিকিৎসক জন আহিছিল। - The doctor had come before the patient died.
6.মই বিচনাত পৰাৰ আগতে দুৱাৰখন বন্ধ কৰি দিছিলো। - I had shut the door before I got into bed.
* Past Perfect Tense ৰ বাক্যত দুটা কাম সমাপ্ত হয়। দুয়োটা কামঅতীত কালত ঘটে এটা কামৰ আগত আনটো সমাপ্ত হয় সমাপ্ত হোৱাৰ আগৰ কাম Past Perfect ত হয় আৰু পিছৰ কামটো Past Indefinite ত হয়।
*.Past Perfect ত প্ৰথম সম্পূৰ্ণ হোৱা প্ৰথম কামটো Subject ৰ পিছত had হয় আৰু তাৰ পিছৰ কামটোত মূল verb টো Past Tense হয়।
Pending.............................