আমি দৈনন্দিন জীৱনত বহু কথা বতৰা কওঁ। এই কথাবোৰ বিভিন্ন সময়ৰ লগত জড়িত হৈ থাকে। তাৰে ভিতৰত বিশেষকৈ বৰ্তমান, অতীত আৰ ভৱিষ্যতৰ কথা সামৰি জড়িত হৈ থাকে৷ ইয়াৰ ওপৰত নিৰ্ভৰ কৰি বৰ্তমান সময়ৰ কথাবোৰক Present Tense, অতিতৰ সময়ৰ কথাবোৰক Past Tense আৰ ভৱিষ্যতৰ লগত জড়িত থকা কথাবোৰক Future Tense ৰ ভাগত ভগোৱা হয়৷
Tense ( কাল) কেই প্ৰকাৰ আৰু কি কি ?
* ক্ৰিয়াৰ সময় কে Tense (কাল) বোলে। ই ৩ প্ৰকাৰৰ
1.Past Tense অতীত কাল) .(What you did some time back).
2. Present Tense (বর্তমান কাল). (what are you presently doing )
3.Future Tense (ভবিষ্যত কাল). (What you will do some time later).
* এই তিনিও টাৰ প্ৰত্যকৰে 4 টা কৈ ভাগ আছে
*.Past Tense
1.Past Indefinite
2.Past Continuous
3.Past Perfect
4.Past Perfect Continuous
*Present Tense
1.Present Indefinite
2.Present Continuous
3.Present Perfect
4. Present Perfect Continuous
*Future Tense
1. Future Indefinite
2. Future Continuous
3. Future Perfect
4. Future Perfect Continuous