Type Here to Get Search Results !

দুখীয়া ঘৰৰ লৰা মই-I'm a poor house boy



দুখীয়া ঘৰৰ লৰা মই

অতি দুখীয়া ঘৰৰ ল'ৰা

হাতত নাই টকা দেখো বহুত

সপোন মই যে সচাঁই নিথৰুৱা,,,
মই এজন অতি দুখীয়া
ঘৰৰ ল'ৰা,মোৰ অন্তৰ খন
,,,,, দুখেৰে ভৰা,,,,,
হেৰুৱাৰ বেদনা...মৃত্যুৰ
যন্ত্রনা ছটফট কৰি
,,,,আছো আজি,,,,
কবিতা গল্প লিখো গার্লফ্রেন্ড
,,,,এৰি যোৱাৰ পৰা,,,,
আনফালে আছে ডাঙৰ
দাদা মোক দিয়ে
,,,,বহুত যন্ত্রনা,,,,
মোৰ মা দেউতা দুয়ো বুঢ়া
শুনে ডাঙৰ দাদাৰ কথা
সোনিৱলৈই চেষ্টা নকৰে
,,মোৰ মনৰ কষ্টৰ কথা,,,
কঁকাইহঁত আছিল বিদেশত
ঘৰত আহি পাতিলে বিয়া
ঘোনিয়কৰ যুক্তি লৈ মোক
নিদিয়ে,,কষ্টৰ পৰা মুক্তি,
বুকুত হেজাৰ আশা বান্ধি !
জীৱাই আছো আহিব এদিন
success মই বাৰ বাৰ হৈ
আছো Unsuccess বিদাতাৰ
এই কি খেলা,কান্দি আছো
,,,,,,,,,সৰুৰ পৰা,,,,,,,,
হে ভগৱান মুক্তি দিয়া কষ্টৰ পৰা
মই যে আৰু নোৱাৰো

✍🏾✍🏾তজুমোল খান✍🏾