দেহৰ বিভিন্ন বিষৰ কেইটামান বিধান
১)বাত বিষ-- নহৰু এটা থেতেলি মাখনৰ
সৈতে খালে বাত ৰোগ নিৰাময় হয়||
২)কঁকালৰ বিষ:: কেঁচা আলুগুটি ২টা পিহি
কঁকালত লগাই(১৪/১৫ মিনিট) ৰাখিলে
যথেষ্ট আৰাম পোৱা যায়||
৩)ডিঙিৰ বিষ(বাহিৰ পিনে)-- সৌফালে
১০বাৰ,বাওঁফালে ১০বাৰ লাহে লাহে ডিঙি ঘূৰাব||
৪)ভৰিৰ গোৰোহাৰ বিষ হলে--গোৰোহা
গৰম পানীৰে ধুই নাৰিকলৰ তেলেৰে মালিচ
কৰিব|
৫)দেহৰ যিকোনো অংগত আঘাট
পালে--তেতেলি পাত পিচি লগাব|
""আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি""

