Type Here to Get Search Results !

Benefits of Red Onions ৰঙা পিয়াজৰ উপকাৰিতা

 

ৰঙা পিয়াজৰ উপকাৰিতা
*নিম্ন ৰক্তচাপ হলে ভাতৰ
লগত দুটাকৈ পিয়াজ এসপ্তাহ
খালে ৰক্তচাপ স্বাভাবিক হয়|
*শৰিৰীৰত তেজৰ অভাৱ
হলে পিয়াজ খালে তেজ বৃদ্ধি হয়|
*টোপনি কম হলে শুৱাৰ
আগত দুচামুচ পিয়াজৰ ৰস
খালে সুফল পোৱা যায়|
*মৌ বা বৰলে কামুৰিলে
পিয়াজ ঘহিলে বিষ কমে|
* শৰিৰীৰত ঠাণ্ডা অনুভৱ
বেছি হলে দুটা কেঁচা পিয়াঁজ
খালে লাভদায়ক|
*পেট কামোৰণী- পিঁয়াজৰ
ৰসৰ লগত (৫০মিঃলিঃ)
অলপ চেনি মিহলি কৰি
খালে পেট কামোৰণী
ভাল হয়।
👉👉অনুগ্ৰহ কৰি স্বেয়াৰ কৰিব|||