Type Here to Get Search Results !

ফিটকীৰীৰ আমি নজনা কেইটামান অদ্ভূত গুণ



ফিটকীৰীৰ আমি নজনা কেইটামান অদ্ভূত গুণ


1 . টনছিল হলে ফিটকীৰী পানীত মিহলাই কুলি
কুলি কৰিলে ভাল পায় আৰু ফুলা কমি যায় ।
2 . মহিলাসকলৰ বগাশ্ৰাৱৰ সমস্যা থাকিলে আধা
গ্ৰাম ফিটকীৰি এটা কলৰ ভিতৰত ভৰাই থৈ
ৰাতিপুৱা খাব । এনেকৈ 7 দিন খালে সম্পূৰ্ণ সুস্থ
হৈ উঠে ।।
3 . গৰ্ভৱতী মহিলাৰ বা সাধাৰণতে হোৱা veginal
infection ৰ বাবে ফিটকীৰি মিহলোৱা পানীৰে
দিনত 3 বাৰ ধুলে ভাল হয় ।
4. যিকোনো কটা চিঙাত তেজ নৰোৱা হলে
ফিটকীৰি লগালে তেজ ওলোৱা বন্ধ হয় ।
5. শিশুৰ কাপোৰ ধুৱাৰ সময়ত ডেটলৰ সলনি
ফিটকীৰি ব্যৱহাৰ কৰিলে 1000 গুণ ভাল ফল পাব ।।
ডেটলৰ দাম 600 টকা লিটাৰ ।
10 টকাৰ ফিত্কীৰীৰে 600 লিটাৰ ডেটল বনাব
পাৰিব ।।
গতিকে ডেটল বন্ধ কৰি আজিয়েই ফিটকীৰি আনক
6. দাঁতৰ পোকে খালে বা দাঁত বিষালে
ফিটকীৰি পানীত মিহলাই সেই পানী তুলাৰে
দাঁতত লগালে বিষ নোহোৱা হয় আৰু infection নহয় ।
7. যদি মাহেকীয়া নিয়মিত হোৱাৰ পাছতো
গৰ্ভধাৰণ কৰিব পৰা নাই , তেন্তে এডোখৰ তুলাত
বুটমাহ এটাৰ সমান ফিটকীৰি মেৰিয়াই লৈ
পানীত ডুবাই ৰাতি গুপ্তাঙ্গত ভৰাই থব ।।
ৰাতিপুৱা গোটেই বেয়া বস্তু ওলাই আহিব ভিতৰৰ
পৰা । এনেকৈ 1 সপ্তাহ কৰক ।
8. তাল মিস্তৃ 20 গ্ৰাম আৰু ফিটকীৰি 10 গ্ৰাম লৈ
ভালকৈ গুড়ি কৰি থৈ দি দৈনিক আধা গ্ৰাম কৰি
খালে হাপানী ৰোগৰ পৰা উপশম পাব পাৰি ।
9. অকণী হলে 1 লিটাৰ পানীত 10 গ্ৰাম ফিটকীৰি
মিহলাই মূৰ ধুলে অকণী মৰি যায় ।
10 . গোটেই গা খুজাই থাকিলে ফিটকীৰি
পানীৰে গা ধুলে খোজোৱা বন্ধ হয় ।।।
সংগ্ৰহ||||