Psychological Tricks |
Psychological Tricks----
কেটিয়ামান চাইক'লজিকেল টিপ।
১)কোনো নতুন ঠাইত ফুৰিবলৈ গ'লে আপুনি যদি সেই ঠাইখিনিৰ বিষয়ে জানিব বিচাৰে তেন্তে কোনোবা এখন চাহৰ দোকানলৈ যাওক। চাহ খাই খাই দোকানী জনৰ সৈতে কথা পাতোতে সেই ঠাই খিনিৰ সম্বন্ধে সামান্য পৰিমানৰ হলেও এটা ধাৰণা পাই যাব।If you want to know about a new place, go to a tea shop. Talking to the shopkeeper after having tea will give you a little idea about the place.
২) যেতিয়া কাৰোবাৰ সৈতে কোনো বিতর্কত অংশ গ্ৰহন কৰিব তেতিয়া নিজকে ঠাণ্ডা ৰখাৰ চেষ্টা কৰক।ঠাণ্ডা মাথাত বিতর্কত জয়লাভ কৰাৰ সম্ভাৱনা বাঢ়ি যাব।Try to keep yourself cool when you take part in a debate with someone. The chances of winning the debate in a cold head will increase.
৩)কোনো পৰিস্থিতিত অতিৰিক্ত মানসিক চাপৰ সৃষ্টি হলে চুইংগাম চোবাব পাৰে; পৰিস্থিতি ভালে খিনি নিয়ন্ত্রণত আহিব। Chewing gum can be chewed if additional stress arises under any circumstances; The situation will be well under control.
৪)আপুনি যদি বহু মানুহৰ লগত একেলগে থাকে আৰু জানিব বিচাৰে যে কোনে আপোনাক আটাইতকৈ বেছি ভালপায় তেনেহলে কোনো হাঁহিৰ মুহূর্তত চাওক। কোনোবা ব্যক্তিয়ে যদি আপোনাৰ ফালে হাঁহি থকা অৱস্থাত চাই আছে, তেন্তে তেঁও আপোনাক ভালপাই।যেতিয়া কোনোবাই মন খুলি হাঁহে তেতিয়া তেঁও তেওৰ সকলোতকৈ ওচৰৰ ব্যক্তিৰ ফালেই চাই থাকি ভালপায়। If you are together with many people and want to know who loves you the most, look at a moment of laughter. If someone is staring at you, he loves you. When someone opens his mind, he likes to look at the person closest to him.
৫)যেতিয়াই কাৰোবাৰ সাহায্যৰ প্রয়োজন হব আপুনি মুকলিকৈ তেওক কওক,মই আপোনাৰ সহায় বিচাৰো। চাব আপোনাৰ কামটো দ্রুতগতিত হৈ যাব ।Whenever someone needs help, tell him openly, I want your help. See your work will be done fast.
৬)কোনো ব্যক্তিয়ে যদি আপোনাক অপমান কৰে আপুনি কেবল তেওঁক অবহেলা কৰক । কিন্তু কোনো অৱস্থাতেই আপুনি আপোনাৰ জ্ঞান হেৰাই নেপেলাব আৰু পৰিস্থিতি কেতিয়াও আপোনাৰ হাতৰ বাহিৰত যাবলৈ নিদিব। If a person insults you, you just neglect him. But under no circumstances will you lose your senses and never let the situation go out of your hands.
৭)আয়নাত নিজকে চাওক আৰু হাঁহি নিজকেই কওক,মই নিজকে খুবেই ভালপাও। এইটোৱে আপোনাৰ আত্মবিশ্বাস বহু গুণে বঢ়াই দিব। Look at yourself in the mirror and say yes to yourself, I love myself very much. This will boost your confidence many times.
৮)যেতিয়া কোনোবাই আপোনাৰ পিনে খং কৰি চাই থাকে তেতিয়া মনে মনে থকাৰ চেষ্টা কৰক।Try to remember when someone is staring at you angrily.
৯)ইন্টাৰভিউত যদি কোনো নজনা প্রশ্নৰ মুখামুখি হয় তেনেহলে তিনিৰ পৰা ৫চেকেণ্ডৰ মাজত জনাই দিয়ক যে আপুনি সেইই প্রশ্নৰ উত্তৰটো নাজানে। কোনো ধৰনৰ অৱহেলা নকৰিব। যাৰ ফলত আপোনাৰ ব্যক্তিত্বৰ প্রভাৱ বৃদ্ধি পাব। If you face a unknown question in the interview, inform between three and 5 seconds that you do not know the answer to that question. Do not neglect any kind. This will increase your personality tendencies.
১০) যদিহে মানুহে আপোনাক ভালপোৱাতো বিচাৰে তেন্তে মানুজনক নামেৰে মাতিব( সমবয়সীয়া বা কমবয়সীয়া মানুহক )।নিজৰ নামটোৰে মাতিলে সকলোৱে ভালপাই।If people want you to love you, call man by name (to young or young people). Everyone loves calling with their name
ভাল লাগিলে 'শ্বে য়া ৰ' কৰিব Share' if you like