নেমুটেঙাৰ উপকাৰিতাসমূহ
১)দেহত জমা হোৱা অলাগতিয়াল চৰ্বী নোহোৱা কৰিবলৈ ৰাতিপুৱা খালীপেটত একাপ নেমুৰ ৰসৰ লগত আধা কাপ পানী মিহলায় খাব লাগে|
২)উচ্চ ৰক্তচাপত নেমুটেঙাৰ ৰস খালে ৰক্তচাপ নিয়ন্ত্রত থাকে|
৩)মুখৰ উজ্জলতা বৃদ্ধিৰ বাবে নেমুটেঙা যথেষ্ট উপকাৰী|
৪)নেমুটেঙা ৰস খালে হজম শক্তি বৃদ্ধি হব|
৫)মুখৰ পৰা দুৰ্গন্ধ ওলালে নেমুটেঙাৰ ৰস উপকাৰী
৬)দেহত শক্তি বৃদ্ধিৰ বাবে এগিলাচ নেমুৰ ৰস খালে উপকাৰ পোৱা যায়
৭)হাপানী বেমাৰত এগিলাচ নেমুৰ ৰসৰ লগত ১০গ্ৰাম মৰাণ আদাৰ ৰস মিহলায় খালে সুফল পোৱা যায়|

