কথাবোৰ!




সঁচাকৈ মৌনতাই কেতিয়াবা কেতিয়াবা বহুতো কথা কৈ যায়…মাথো মৌনতাৰ ভাষাবোৰ বুজিব পৰা মানুহ লগত থাকিলেই হ'ল!




গতিকে যিটো সম্পৰ্কত বাৰে বাৰে অবহেলিত হৈ নিজৰ আত্মসন্মান নষ্ট কৰি থকা হয় সময়ৰ গতিত সেইটো সম্পৰ্কৰ পৰা আঁতৰি অহাই ভাল হয়!

তেতিয়াই জীৱনৰ পৰা বন্ধু-বান্ধৱীৰ লগতে প্ৰিয়জন নামৰ সম্পৰ্কবোৰ কম হ'বলৈ আৰম্ভ হয়!


লিখনিটো গ্ৰহণযোগ্যৰ হলে গ্ৰহণ কৰিব,ধন্যবাদ!

