Type Here to Get Search Results !

দাঁতৰ কেইটামান ৰোগৰ ঘৰুৱা বিধান



দাঁতৰ কেইটামান ৰোগৰ ঘৰুৱা বিধান

১)দাঁত পোকে খোৱা-২/৩টা লং পিহি দাঁত পোকে খোৱা ঠাইত লগাই থলে যথেষ্টত আৰম পোৱা যায়||
২)দাঁতৰ বিষ::বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলুকুলু কৰিলে বিষ ভাল পোৱা যায়||
৩)দাঁত লৰা::বকুলৰ গুটি ২/৩টা চোবালে দাঁত লৰা বন্ধ হয়| অৰ্থাত দাঁতৰ গুৰি দৃঢ় হয়|
৪)দাঁতৰ গুৰিয়েদি তেজ ওলোৱা:: দুবৰিবন এমুঠি পিহি মুখত ভৰাই দাঁতেৰে কামুৰি কিছু সময় ধৰি থাকিব লাগে||
৫)দাঁতৰ আলু উখহা:: বগা সৰিয়হ বটি দাঁতৰ গুৰিত প্ৰলেপ দিব লাগে||
""আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি""
👉👉অনুগ্ৰহ কৰি স্বেয়াৰ কৰিব