Type Here to Get Search Results !

কেইটামান ৰোগৰ ঘৰুৱা বিধান

 



কেইটামান ৰোগৰ ঘৰুৱা বিধান

১)মৃগী ৰোগ(EPILEPSY):-পিঁয়াজৰ ৰস ৫০মি.লি ঠাণ্ডা পানীৰ সৈতে ৰাতিপুৱা খালে এই ৰোগ ভাল হয়
২)কাণ পকা(OTORRHOEA):-কেঁচা জেতুকাৰ পাতৰ ৰস উলিয়াই কাণত কেইটোপাল মান দিলেই সুফল পোৱা যায়|
৩)পানীলগা(COLD):-সকিয়হ তেলত নহৰু ৪/৫ ফুটা খুন্দি অলপ গৰম কৰি নাকৰ ভিতৰত সুমুৱাই দি নাকৰ ভিতৰে বাহিৰে মালিচ কৰাৰ উপৰিও বুকুত মালিচ কৰিলে পানীলগা ভাল হয়|
৪)মহিলাৰ স্তনত বিষ হলে:- হালধি এটুকুৰা পিহি তাত অলপ পানী দি স্তনত কিছু সময় প্ৰলেপ দি ৰাখিলে বিষ সহজে নাইকিয়া হয়|
৫)গাত বগা চোম পৰিলে:-তুলসী পাতৰ ৰস!কেঁচা হালধিৰ ৰস আৰু মৌজোল একেলগে সানিব লাগে|
৬)মূৰৰ উফি গুচাবলৈ:- ঔটেঙাৰ বিজলেৰে নাইবা গোলনেমুৰ ৰসেৰে মূৰ ধুব লাগে|
৭)গৰমত প্ৰস্ৰাৱ ৰঙা হ'লে:- পকা ভীমকল এটা কাটি ১৫০মি:লি: পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা শুদাপেটত খালে প্ৰস্ৰাৱ স্বাভাৱিক আৱস্থালৈ আহে||
👉👉অনুগ্ৰহ কৰি স্বেয়াৰ কৰক|নিজেও সুস্থ থাকক আৰু আনকো ৰাখক|||