কেইটিমান ৰোগৰ ঘৰুৱা চিকিৎসা
১ . মাহেকীয়াৰ সময়ত পেট বিষোৱা :
এক গিলাচ পানী গৰম কৰি এক চামুছ ঘিঁউ মিহলাই
গৰমে গৰমে চাহৰ নিচিনা খাওক ।
২. মূৰৰ বিষ হলে নাকত 2 টোপাল সৰিয়হৰ তেল দি দহ
মিনিট বাগৰ দিয়ক ।
৩ . পেট ফুলিলে এক চামুচৰ চাৰি ভাগৰ এক ভাগ
বেকিং চডা আধা কাপ পানীত মিহলাই খাওক ।
৪. মুখত ঘা হলে মৌৰ লগত পকা কল মিহলাই খালে
অতি সোনকালে ভাল পায় ।
৫.উচ্চ ৰক্তচাপ হলে আধা চামুছ মেথিগুটি গুড়ি
পানীত মিহলাই ৰাতিপুৱা - গধূলি ১৫ দিন খাওক ।
৬. হাপানী হলে 2 গ্ৰাম ডালচিনি এক চামুছ মৌ
মিহলাই খাওক ।
৭. চুলি পকিলে শুকান আমলখি ২০ তা দুফাল কৰি একশ
মিলিগ্ৰাম নাৰীকলী তেলত উতলাই ঠাণ্ডা হব দি
দৈনিক ৰাতিপুৱা আৰু ৰাতি লগাব ।
৮. চকুৰ চাৰিফালে কলা পৰিলে ৰাতিপুৱাৰ লালটি
লগাব পাৰে অথবা কমলাটেঙাৰ ৰস ৪ চামুছ আৰু ২
চামুছ গ্লাইচাৰিণ মিহলাই লগাওঁক ।
৯. শৰীৰত কৰোবাত জ্বলিলে আলুৰ ৰস লগাওঁক ।।।
Share কৰিব নাপাহৰিব ।।।নিজেয়ো সুস্থ থাকোক আনকো সুস্থ ৰাখক||