Type Here to Get Search Results !

Health Advice স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ स्वास्थ्य सलाह


স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ |स्वास्थ्य सलाह | Health Advice


1. বিচনাৰ পৰা উঠাৰ পিছতো যদিহে টোপনিৰ নিচা থাকি যায় তেন্তে এখন ভৰি নমাই কেই ছেকেণ্ডমান মজিয়াত ভৰিখন ৰাখক দেখিব টোপনিৰ ভাব নাইকিয়া হৈছে।
1. If you are asleep even after getting out of bed, take off one leg and put your foot on the floor for a few seconds.

2. ৰাতি টোপনি নাহিলে ১ মিনিটৰ বাবে চকু দুটি খৰকৈ মেলা-জপোৱা কৰক নিশ্চিত ভাবে পৰৱৰ্তী মিনিটত টোপনি যাব।
2. Adjust your eyes quickly for 1 minute if you don't sleep at night Sure sleep will go to sleep in the next minute.

3.যদি পঢ়াৰ সময়ত বাৰে বাৰে টোপনি লাগিছে তেন্তে যিমান সময় পাৰে উশাহ ধৰি ৰাখি এৰি দিয়ক টোপনি পলাব।
3. If you have repeated sleep during reading, hold your breath for as long as you can and run away.

4. মাইগ্ৰেইন ৰ মুৰৰ বিষ হলে হাত দুখন বৰফৰ পানীত ডুবাই থৈ মুঠি মাৰক ১ মিনিটৰ বাবে। লগে লগে বিষৰ পৰিত্ৰাণ পাব
4. If there is a migraine headache, dip your hands in ice water and fist for 1 minute. Get rid of pain immediately.

5. ৰাতিপুৱা যিমানেই পানী খাব দিনটো সিমানেই দেহত সজীৱতা (freshness), কৰ্ম-সক্ৰিয়তা ( spirit) অনুভৱ কৰিব।
5. The more water you drink in the morning, the more you will experience the activity (freshness), activity (spirit) in the body.

6. পেটৰ খুব জ্বলা পোৰা হলে ৩-৪ টা তুলসী পাত ভাত খোৱাৰ পিছত চোৱাই এক গিলাচ গৰম পানী খাওক। লগে লগে জ্বলা পোৰা আঁতৰি যাব।
6. If you have a very burning stomach, drink 3-4 tulsi leaves after eating rice and drink a glass of warm water. The burning will go away immediately.

7. দৈনিক ১৫ মিনিট প্ৰাণ খুলি হাঁহিব লাগে। ১৫ মিনিট হাঁহি ২ ঘণ্টা টোপনিত কৈ ও উত্তম।
7. Open your life for 15 minutes daily and laugh. It's better to smile for 15 minutes and sleep for 2 hours.

8. হাসি চৰ্দি কমাবলৈ জিভাখন ওলোটাই ডিঙিৰ ভিতৰলৈ সোমাই জোৰ দিয়ক হাচি কমিব।
8. To reduce the smile cold, move your tongue back inside the neck and insist on laughing.

9. দিনত অকণমান বাগৰ দিলে স্মৃতিশক্তি বৃদ্ধি পাব আৰু হৃদৰোগৰ সম্ভাৱনা কমিব বুলি প্ৰমাণিত।
9. A small bug in a day is proven to increase memory and reduce the chances of heart disease.

10. নিয়মিত যদি ভাল লগা গান বা সুৰিয়া সুৰ শুনে ভৱিষ্যতে মগজুৰ কেন্সাৰ ৰোগৰ সম্ভাৱনা নাইকিয়া হয়।
10. If you listen to a song or suriya tune that you like regularly, the chances of cancer in the brain disappear in the future.

11. মুখৰ ছালখন এবাৰ হলেও বৰফ পানীৰে ধুলে মুখত গুটি নোলায়।
11. Once the skin of the mouth is washed with ice water, the mouth does not get sour.

12. বিষণাসক ঔষধ খোৱাৰ পিছতো যদিহে দাঁতৰ বিষ কমা নাই তেন্তে হাতৰ বুঢ়া আঙুলি আৰু কিনা / কণিষ্ঠ আঙুলিৰে এটুকুৰা বৰফ কিছু সময় ধৰি ৰাখক লগে লগে বিষ কমি যাব।
12. If toothache does not decrease even after taking pain medication, keep a piece of ice with the thumb and fingers of the hand and the buying/ hard finger for some time and the pain will decrease immediately.

13. মানসিক চাপ (depression) দূৰ কৰাৰ দুটা উত্তম উপায় হল শৰীৰ চৰ্চা আৰু বন্ধু বান্ধবীৰ সৈতে সময় কটোৱা।
13. Two best ways to relieve stress (depression) are to spend time with body building and friend girlfriends.

14. দৈনিক এগিলাচ ডালিমৰ জুইছ খালে হৃদৰোগ দূৰ হয় আৰু নিম্ন ৰক্তচাপ (low blood pressure) ৰোগৰ পৰিত্ৰাণ পাব।
14. Consuming a glass of pomegranate fire daily eliminates heart disease and relieves low blood pressure (low blood pressure).

15. যদি কোষ্ঠ-কাঠিন্যৰ সমস্যাত ভুগিছে তেন্তে ৰাতিপুৱা খালি পেটত আধা কাপ সিজোৱা বিত খাওক
15. If suffering from constipation, eat half a cup of cooked beet on an empty stomach in the morning.

16. ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ১০ মিনিট খোজ কাঢ়ি হে শুব ই পাঁচনতন্ত্ৰ মজবুত কৰি ৰাখিব।
16. After dinner, walk for 10 minutes and sleep it will keep the panchantra strong.


অনুগ্ৰহ কৰি স্বেয়াৰ কৰক|নিজেও সুস্থ থাকক আৰু আনকো ৰাখক |
Please share| Stay healthy yourself and keep others |
Asim Ahmed