Type Here to Get Search Results !

General Knowledge (GK) সাধাৰণ প্ৰশ্নোত্তৰ



Important_for_upcoming_exam 2022
১) অসমৰ প্ৰাকৃতিক গেছ প্ৰকল্প – দুলীয়াজান, গুৱাহাটী, বঙাইগাওঁ।
২) অসমৰ পেট্ৰ’কেমিকেল প্ৰকল্প – নামৰুপ, বঙাইগাওঁ।
৩) অসমৰ তেল শোধানাগাৰ – ডিগবৈ, নুনমাটি (গুৱাহাটী), বঙাইগাওঁ, নুমলীগড়।
৪) অসমৰ জুইশালৰ কাৰখানা – ধুবুৰী।
৫) অসমৰ মৰাপাটৰ কল – শিলঘাট।
৬) অসমৰ চাহ গৱেষণা কেন্দ্ৰ – টোকলাই (যোৰহাট)।
৭) অসমৰ তেল আৰু প্ৰাকৃতিৰ গেছ – নাজিৰা।
আয়োগৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্য্যালয়
৮) চিমেণ্ট কাৰখানা – বোকাজান।
৯) চেনীকল – বৰুৱাবামুন গাওঁ, চৰগোলা আৰু কামপুৰ।
১০) ৰেলইঞ্জিন মেৰামতি – বঙাইগাওঁ, ডিব্ৰুগড়।
১১) তাপবিদ্যৎ উৎপাদন – নামৰুপ, লাকুৱা, চন্দ্ৰপুৰ, চালাকাটি।
(বৰ্ত্তমান চন্দ্ৰপুৰ, চালাকাটি বন্ধ)
১২) পাট-মুগা কাপোৰ উৎপাদন কৰা ঠাই – শুৱালকুছি।
১৩) চূণশিল পোৱা ঠাই – ছিলাই পাহাৰ (কাৰ্বি আংলং)
১৪) ভাৰতীয় বিজ্ঞান-প্ৰযিক্তি – উত্তৰ গুৱাহাটী।
প্ৰতিষ্ঠান থকা ঠাই
১৫) অসমৰ ৰাজ্যিক সংগ্ৰহালয় – গুৱাহাটী।
থকা ঠাই
১৬) অসমৰ মৰাপাট কল – শিলঘাট।
১৭) অসমৰ তাৰকাগৃহ – গুৱাহাটী।
(প্লেনেটৰিয়াম) থকা ঠাই
১৮) অসমৰ চিৰিয়াখান – জাপৰিগোগ (গুৱাহাটী)।
১৯) অসমৰ মীন মহাবিদ্যালয় – ৰহা (নগাওঁ)।
২০) আঞ্চলিক গৱেষণাগাৰ – যোৰহাট।
২১) অসমৰ আঞ্চলিক বিজ্ঞানকেন্দ্ৰ – খানাপাৰা (গুৱাহাটী)।
২২) অসমৰ আৰবী ভাষাৰ প্ৰশিক্ষণ – ৰঙিয়া।
মহাবিদ্যালয়
২৩) অসমৰ সংস্কৃত মহাবিদ্যালয় – গুৱাহাটী, নলবাৰী।
২৪) অসমৰ সৈনিক স্কুল – মৰাণ, গোৱালপাৰা।
২৫) অসমৰ ফৰেনছিক লেবৰেটৰী – গুৱাহাটী।
২৬) অসমৰ বিশ্ব স্বাস্থ্য কেন্দ্ৰ – চাবুৱা।
২৭) অসমৰ মানসিক চিকিৎসালয় – তেজপুৰ।
থকা ঠাই
২৮) অসমৰ প্লাজমা ফিজিক্সৰ গৱেষণা – গুৱাহাটি।
কেন্দ্ৰ থকা ঠাই
২৯) অসমৰ প্ৰস্তাবিত গেছ ক্ৰেকাৰ – টেঙাখাত।
প্ৰকল্পৰ ঠাই
৩০) অসমৰ চিনেমা ষ্টুডিঅ’ – কাহিলিপাৰা (জ্যোতি চিত্ৰবন), গুৱাহাটী।
থকা ঠাই
৩১) কেন্দ্ৰীয় বিশ্ববিদ্যালয় থকা ঠাই – তেজপুৰ, শিলচৰ।
৩২) অসমৰ বিশ্ববিদ্যালয় থকা ঠাই – ডিব্ৰুগড় (ডিব্ৰুগড় বিশ্ববিদ্যালয়),
যোৰহাট (অসম কৃষি বিশ্ববিদ্যালয়),
গুৱাহাটী (গুৱাহাটী বিশ্ববিদ্যালয়)।
৩৩) অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় – যোৰহাট, গুৱাহাটী।
৩৪) অসমৰ জাতীয় প্ৰযুক্তি প্ৰতিষ্ঠান – শিলচৰ।
৩৫) অসমৰ উচ্চ ন্যায়ালয় থকা ঠাই – গুৱাহাটী।
৩৬) অসমৰ গেছ বিদ্যুৎ প্ৰকল্প – কঁঠালগুৰি।
৩৭) অসম সাহিত্য সভাৰ – যোৰহাট চন্দ্ৰকান্ত সন্দিকৈ ভৱন)।
মুখ্য কাৰ্য্যালয়
৩৮) অসমৰ হাতী দাঁতৰ বস্তু – বৰপেটা।
তৈয়াৰ কৰা ঠাই
৩৯) অসমৰ স্পান চিল্কৰ কাৰখানা – জাগীৰোড।
৪০) অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ – গুৱাহাটী আৰু ছিলং। ১৯৪৮ চনৰ ১ জুলাইত স্থাপিত।
ভাৰতৰ কেইটামান বিশেষ তথ্য:
১) ভাৰতৰ আটাইতকৈ দীৰ্ঘতম পুখুৰী – অসমৰ শিৱসাগৰ পুখুৰী।
২) ভাৰতৰ আটাইতকৈ দীৰ্ঘতম – খড়গপুৰ ২,৭৩৩ ফুট।
ৰেলৱে প্লেটফৰ্ম
৩) ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদী – গংগা (২,৫১০ কিঃমিঃ)।
৪) ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই – মৌছিনৰাম (বৰষুণৰ পৰিমাণ
বছৰি গড়ে ১১,৮৭৩ মিলিমিটাৰ)।
৫) ভাৰতৰ সৰ্বোচ্চ সন্মান – ভাৰতৰত্ন।
৬) ভাৰতৰ সৰ্বাধিক সাক্ষৰতা হাৰ – কেৰেলা (৯০.৯২ শতাংশ)।
৭) ভাৰতৰ বৃহত্তম মন্দিৰ – মীনাক্ষী মন্দিৰ, মাদুৰাই
(মাটিকালি ৫৫,৮৬০ বৰ্গ মিটাৰ)।
৮) ভাৰতৰ বৃহত্তম জনবহুল নগৰ – মুম্বাই (১২৬০ নিযুত)।
৯) ভাৰতৰ বৃহত্তম তাৰকাগৃহ – বৰলা প্লেনেটৰিয়াম (কলকাতা)।
(প্লেনেটৰিয়াম)
১০) ভাৰতৰ বৃহত্তম নদীদ্বীপ – মাজুলী, অসম
(মাটিকালি ১,০৬০ বৰ্গ কিঃমিঃ)।
১১) ভাৰতৰ বৃহত্তম সংগ্ৰহালয় – ইণ্ডিয়াম মিউজিয়াম, কলকাতা।
১২) ভাৰতৰ বৃহত্তম ডাকঘৰ – মুম্বাই জি. পি. অ’।
১৩) ভাৰতৰ বৃহত্তম পুথিভঁৰাল – ৰাষ্ট্ৰীয় পুথিভঁৰাল, কলকাতা।
১৪) ভাৰতৰ বৃহত্তম চিৰিয়াখানা – জুল’জিকেল গাৰ্ডেন, কলকাতা।
১৫) ভাৰতৰ বৃহত্তম ব-দ্বীপ – সুন্দৰবন (৭৫,০০০ বৰ্গ কিঃমিঃ)।
১৬) ভাৰতৰ বৃহত্তম মৰুভূমি – থৰ মৰুভূমি ৰাগস্থান
(৮০৫ কিঃমিঃ দীঘল আৰু
৪৮৫ কিঃমিঃ বহল)।
১৭) ভাৰতৰ বৃহত্তম হ্ৰদ – উলাৰ হ্ৰদ, কাশ্মীৰ।
১৮) ভাৰতৰ বৃহত্তম কাৰাগাৰ – টিহাৰ চেণ্ট্ৰেল জেল, দিল্লী।
১৯) ভাৰতৰ বৃহত্তম ৰাজ্য – ৰাজস্থান (মাটিকালি হিচাপত)।
২০) ভাৰতৰ বৃহত্তম চিকিৎসালয় – বি. জে. মেডিকেল হস্পাতাল,
আহমেদাবাদ।
২১) ভাৰতৰ বৃহত্তম মছজিদ – জামা মছজিদ, দিল্লী।
২২) ভাৰতৰ দৈৰ্ঘ্যতম বালিচৰ (বীচ্ছ) – চেন্নাইৰ মেৰীনা বীচ্ছ।
২৩) ভাৰতৰ দৈৰ্ঘ্যতম ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয় – ড° ৰাজেন্দ্ৰ প্ৰসাদ।
(১২ বছৰ ৪ মাহ ১৩ দিন)।
২৪) ভাৰতৰ উচ্চতম পৰ্বতশৃঙ্গ – গডউইন অষ্টিন
(K2, ২৮,২৫০ ফুট)
২৫) ভাৰতৰ উচ্চতম বিমানবন্দৰ – লাডাখৰ লেহ বিমানবন্দ
(১০,৬৮০ ফুট)
২৬) ভাৰতৰ বৃহত্তম চিনেমা হল – মাদুৰাই ‘থাংগাম’ ; ২,৫৬৩ জন
দৰ্শক একেলগে বহিব পাৰে।
২৭) ভাৰতৰ উচ্চতম স্তম্ভ – কুটুব মিনাৰ (৭৩ মিটাৰ)
২৮) ভাৰতৰ দীৰ্ঘতম পথ – গ্ৰেণ্ড ট্ৰাংক ৰ’ড।
২৯) ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য – গোৱা (৩,৭০২ বৰ্গ কিঃ মিঃ)।
পৃথিৱীৰ কেইটামান বিশেষ তথ্য:
১) পৃথিৱীৰ বৃহত্তম পুথিভঁৰাল – দি লাইব্ৰেৰী অৱ কংগ্ৰেছ (আমেৰিকা
যুক্তৰাষ্ট্ৰ; ১০৮,৪৩৩,৩৭০ ধৰণৰ সামগ্ৰী)।
২) পৃথিৱীৰ বৃহত্তম যাদুঘৰ – আমেৰিকান মিউজিয়া অৱ নেচাৰেল
হিষ্টৰী, নিউয়ৰ্ক।
৩) পৃথিৱীৰ বৃহত্তম বন্দৰ – নিউয়ৰ্ক আৰু নিউজাৰ্ছি বন্দৰ।
৪) পৃথিৱীৰ বৃহত্তম ৰে’লষ্টেচন – গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল, নিউয়ৰ্ক।
(২৭৮ ফুট ১১ ইঞ্চি)।
৫) পৃথিৱীৰ বৃহত্তম প্ৰাচীৰ – চীনৰ প্ৰাচীৰ।
৬) পৃথিৱীৰ বৃহত্তম ঘণ্টা – মস্কোৰ পিতলৰ ঘণ্টা (২০০ টন)।
৭) পৃথিৱীৰ দীৰ্ঘতম মহাকাব্য – মহাভাৰত।
৮) পৃথিৱীৰ বৃহত্তম মহাসাগৰ – প্ৰশান্ত মহাসাগৰ।
৯) পৃথিৱীৰ বৃহত্তম ৰাজপ্ৰাসাদ – ব্ৰুনেইৰ চুলতানৰ ৰাজপ্ৰাসাদ (ইয়াত
১,৭৮৮ টা কোঠা আছে)।
১০) পৃথিৱীৰ বৃহত্তম হোটেল – দি এম জি এম গ্ৰেণ্ড হোটেল, লা ভেগাছ ;
আমেৰিকা যুক্তৰাষ্ট্ৰ।
১১) পৃথিৱীৰ বৃহত্তম মৰুভূমি – চাহাৰা, উত্তৰ আমেৰিকা (৮৪,০০,০০০
বৰ্গ কিঃমিঃ)।
১২) পৃথিৱীৰ বৃহত্তম সংগ্ৰহালয় – স্মিথছোনিয়ান ইন্‌ষ্টিটিউট্‌ (আমেৰিকা
যুক্তৰাষ্ট্ৰ)।
১৩) পৃথিৱীৰ বৃহত্তম নদী দ্বীপ – মাজুলী (অসম)।
১৪) পৃথিৱীৰ বৃহত্তম ব-দ্বীপ – সুন্দৰ বন (পশ্চিমবংগ)।
১৫) পৃথিৱীৰ বৃহত্তম হ্ৰদ – কাস্পিয়ান সাগৰ (সক্ষিণ এচিয়া)।
১৬) পৃথিৱীৰ বৃহত্তম সাগৰ – দক্ষিণ চীন সাগৰ।
১৭) পৃথিৱীৰ ব্ৰৰুহত্তম বিমান বন্দৰ – হংকং