কেঁচুমূৰীয়া বা অৰ্শ(PILES)
*মেথি গুটি ১০গ্ৰাম আধা গিলাচ
গাখীৰৰ সৈতে খালে অৰ্শত তেজ পৰা বন্ধ
হয়||
*অৰ্শত তেজ পৰিলে ৬০গ্ৰাম তিলৰ লগত
অলপ দৈ মিহলি কৰি খালে তেজ পৰা বন্ধ
হয়| অকল তিল খোৱাৰ পাচত পানী খালে
তেজ নপৰা অৰ্শ ৰোগ ভাল হয়| দিনে
তিনিবাৰকৈ খাব লাগে||
""আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি""

