








১) জীৱদেহৰ স্বাভাৱিক পুষ্টি,বৃদ্ধি প্ৰভৃতি অত্যাৱশ্যকীয় জীৱন-প্ৰক্ৰিয়া সুস্থভাৱে সম্পাদনৰ বাবে ভিটামিন অপৰিহাৰ্য। Vitamins are essential for healthy execution of normal nutrition, growth and growth of the body.
২) বেছিভাগ ভিটামিনৰ প্ৰধান উৎস হ'ল উদ্ভিদ; অৱশ্যে কিছুমান ভিটামিন প্ৰাণী তথা মানুহৰ দেহত সংশ্লেষিত হয়। Plants are the main source of most vitamins; However, some vitamins are synthesized in the body of animals and humans.
৩) খাদ্যত ভিটামিন অতি অলপ পৰিমাণে থাকিলেও ই কোষৰ নানাবিধ বিপাকীয় ক্ৰিয়াত সাহায্য কৰে। Even if the food is very high in vitamins, it helps in various metabolic functions of the cells.
৪) ভিটামিনৰ শক্তি উৎপাদনৰ ক্ষমতা সাধাৰণতে নাথাকে যদিও পৰোক্ষভাৱে ই শক্তি উৎপাদনত সহায় কৰে। Vitamins do not usually have the power to produce energy but indirectly it helps in energy production.
৫) খাদ্য বেছি সিদ্ধ কৰিলে নাইবা শুকালে অধিকাংশ ভিটামিন বিনষ্ট হয়। Most vitamins are destroyed when the food is boiled or dried.
৬) বিভিন্ন ভিটামিনৰ অভাৱত বিপাকীয় ক্ৰিয়া বিঘ্নিত হয় আৰু ভিটামিনৰ অভাৱজনিত নানা ৰোগৰ সৃষ্টি হয়। Lack of various vitamins disrupts metabolic function and causes various vitamin deficiency diseases.



চৰ্বীত(ফেটত) দ্ৰৱণীয় ভিটামিন (ভিটামিন A,D,E আৰু K) আৰু
২) পানীত দ্ৰৱণীয় ভিটামিন(ভিটামিন B কমপ্লেক্স আৰু C )।
ফেটত দ্ৰৱণীয় ভিটামিন এইবোৰ ভিটামিন ফেটত দ্ৰৱণীয় আৰু যকৃতত জমা হৈ থাকে। দেহত শোষণৰ বাবে পিত্তলৱণ আৰু ফেটৰ প্ৰয়োজন। Vitamins are divided into two major parts - 1) Soluble vitamins (vitamins A, D, E and K) in fats and
2) Soluble vitamins (vitamin B complex and C) in water.
Soluble vitamins in fats These are soluble in vitamin fats and are stored in the liver. The body requires bile and fat for absorption.


মেক কলামে ১৯১২ চনত পোনপ্ৰথমে এইবিধ ভিটামিন চিনাক্তকৰণ কৰে। ইয়াক এণ্টি জেৰ'পথেলমিক (anti xerophthalmic) ভিটামিন বুলিও কোৱা হয়। The Mac colme first detected this vitamin in 1912. It is also known as anti-geropathalymic (anti xerophthalmic) vitamin.



সেউজীয়া পাতযুক্ত পাচলি, গাজৰ, চালগোম, বিলাহী,কণী,মাখন,মাছ আৰু গাখীৰ আদিত পোৱা যায়। Green leafy vegetables, carrots, salgom, tomatoes, eggs, butter, fish and milk are found in the area.


১) দেহৰ সামগ্ৰিক বৃদ্ধি। Overall growth of the body.
২) চকুৰ আৱৰণী কলাস্তৰৰ সাধাৰণ গঠন। ) General structure of the eye covering tissue layer.
৩) দৃষ্টিশক্তি অক্ষুণ্ণ ৰখা। Maintaining vision.
৪) স্নায়ুকোষ আৰু পেশীকোষৰ পুষ্টি সাধন কৰা। Nourishing the neurons and muscle cells.
৫) হাড় আৰু দাঁতৰ স্বাভাৱিক বিকাশত অংশগ্ৰহণ কৰা। Participating in the normal development of bones and teeth.
৬) জননাংগৰ গঠন আৰু কাৰ্য নিয়ন্ত্ৰণ কৰা। Controlling the structure and function of the genitals.

১) দেহৰ স্বাভাৱিক বৃদ্ধি আৰু ওজন হ্ৰাস পোৱা। Normal body growth and weight loss.
২) কুকুৰীকণা (ৰাতি নেদেখা বা nyctalopia) জেৰ'পথেলমিয়া (শুষ্কাক্ষি ৰোগ),চকুৰ পৰ্দাৰ অস্বচ্ছতা (keratomalcia)ৰোগ হোৱা। Poultry (unseen or nyctalopia at night) geropalymia (dry disease), opacity of the eye screen (keratomalcia).
৩) চৰ্মৰ স্থূলতা আৰু শুষ্কতাৰ বাবে চৰ্মৰোগ ফ্ৰাইন'ডাৰমা(phrynoderma) হয়। Skin disease symnoderma (phrynoderma) is caused by obesity and dryness of the skin.
৪) অন্ত্ৰ,শ্বাসনলী,বৃক্ক,মূত্ৰনলী আৰু স্নায়ুতন্ত্ৰৰ ক্ষয়ৰোগ হয়। There is degeneration of the intestines, trachea, kidneys, urethra and nervous system.
৫) হাড়ৰ অসামঞ্জস্য আৰু জনন ক্ষমতাৰ ক্ৰটিয়ে দেখা দিয়ে। Bone anomalies and fertility deficiencies occur.








ভিটামিন চি ৰ উচ্চতম উৎস সমূহ হৈছে টেঙাজাতীয় ফল(citrus fruits) যেনে-নেমু,কমলা,ৰবাব আদি। ইয়াৰ উপৰিও বেৰী, তৰ্মুজ, বিলাহী, কবি আদিতো ভিটামিন চি পোৱা যায়। The highest sources of vitamin C are sour fruits (citrus fruits) such as lemon, orange, rubber etc. Vitamin C is also found in beri, termites, tomatoes, poets etc.


১। কলাজেন সংশ্লেষণত ভিটামিন চি ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। 1. Vitamin C has an important role to play in collagen synthesis.
২.তেজত CHOLESTEROL দ্ৰবীভূত হোৱাত সহায় কৰে। 2. Helps in dissolving CHOLESTEROL in the blood.
৩. শৰীৰৰ বিভিন্ন stress (চাপ, হেঁচাঁ) আদিক বাধা দিয়ে। 3. Prevents various body stress (pressure, pressure).
৪.শাকপাচলি,cereals আৰু ফলমুলৰ পৰা আয়ৰন শোষণ বৃদ্ধি কৰে। 4. Increases iron absorption from vegetables, cereals and fruits.


ভিটামিন চি ৰ অভাৱ হলে স্কাৰ্ভি ৰোগে দেখা দিয়ে। এই ৰোগৰ pathological লক্ষণ সমূহ হৈছে ছালত জোলা ফুটা(skin eruptions),swollen bleeding gums, loosening of the teeth, haemorrhages, সহজতে হাড়ঁ ভাগাঁ,সহজতে বিজানুৰ দ্বাৰা আক্ৰান্ত হোৱা আদি। Scurvy disease occurs when vitamin C deficiency occurs. the symptoms pathological this disease are blisters on the skin (skin eruptions), swollen bleeding gums, loosening of the teeth, haemorrhages, easily fractures, easily diagnosed with vijanu, etc.


এই ভিটামিনক কেলচিফেৰল(calciferol) বুলিও কোৱা হয়। This vitamin is also known as calciferol (calciferol).


১)আৰ্গকেলচিফেৰল(vit.D2) আৰু
২) ৭-হাইড্ৰ'ক্সিকেলচিফেৰল(vit.D3)।
আৰ্গষ্টিৰলৰ পৰা তলত দিয়া ধৰণে ভিটামিন D2 সৃষ্টি হয়।
আৰ্গ'ষ্টিৰল →→লুমিষ্টিৰল2 →→টেকিষ্টিৰল2 →→ভিটামিন D2 . 1) Argcalcipherol (vit. D2) and
2) 7-Hydroxicalcipherol (vit. D3)।
Vitamin D2 is formed from argstirol as given below.
Argostoral →→Lumystorl2 →→Techistorl2 →→Vitamin D2





১) অন্ত্ৰত কেলচিয়াম আৰু ফছফৰাছৰ শোষণ নিয়ন্ত্ৰণ কৰে। 1) Regulates absorption of calcium and phosphorus in the intestine.
২) দাঁত আৰু হাঁড়ৰ গঠন আৰু পুষ্টিত অংশগ্ৰহণ কৰে। 2) Participates in the formation and nutrition of teeth and bones.
৩) পেৰাথাইৰইড গ্ৰন্থিৰ কাৰ্যক্ষমতা অক্ষুণ্ণ ৰাখে। 3) Parathyroid maintains the functioning of the gland.
৪) বৃক্কৰ দ্বাৰা ফছফেট বহিষ্কাৰ কৰি লসিকা ৰসত ফছফেটৰ গাঢ়তা কমাই দিয়ে। 4) Reduces the thickness of phosphate in lymphatic juice by expeling phosphate by kidneys.
৫) অন্ত্ৰৰ পশ্চাৎঅংশৰ pH কমাই দিয়ে, ফলত কেলচিয়াম আৰু ফছফ'ৰাছ দেহত শোষিত হয়। ) Reduces the pH of the back of the intestine, resulting in calcium and phosphorus being absorbed in the body.


১) শিশুবোৰৰ ৰিকেট(ricket) ৰোগ হয়। এই ৰোগত দেহৰ হাড়সমূহৰ গঠন বিকৃত হয়। 1) Children have rickety (ricket) disease. This disease distorts the structure of the bones of the body.
২) বয়স্কলোকৰ ক্ষেত্ৰত অস্থিবিকৃতি (osteomalcia) ৰোগ হয়। 2) Bone deformity (osteomalcia) disease occurs in the elderly.
৩) দাঁত আৰু হাড়ৰ গঠন ব্যাহত হয়। 3) The structure of teeth and bones is disrupted.
৪) কেলচিয়াম আৰু ফছফ'ৰাছৰ বিপাক ক্ৰিয়াত বাধা জন্মে। 4) The metabolism of calcium and phosphorus is hampered.





এই ভিটামিন বন্ধ্যাত্ব প্ৰতিৰোধী(antisteritity) ভিটামিন বা ট'ক'ফেৰল(tocopherol) বুলি কোৱা হয়। This vitamin is called anti-infertility (antisteritity) vitamin or tocoferal (tocopherol).


এই যৌগসমূহৰ ৰাসায়নিক নাম ট'ক'ফেৰল। ট'ক'ফেৰল দুটা আঙঠিযুক্ত জৈৱ যৌগ। ই চাৰি ধৰণৰ -α,β,৪,δ আৰু ট'ক'ফেৰাল। ইয়াৰ ৰাসায়নিক বিন্যাস হ'ল C29H50O2। The chemical name of these compounds is tocoferol. Tocoferol is two ringed biocompounds. It is four types -α, β,4,δ and tocopharal. Its chemical configuration is C29H50O2.


উদ্ভিদৰ পৰা উৎপন্ন হোৱা তেল (যেনে-ছয়াবিন তেল,গম তেল ইত্যাদি) কণী,মাংস,যকৃত,মাছ আদিত এই ভিটামিন থাকে। Plant oils (e.g. soybean oil, wheat oil, etc.) contain this vitamin in eggs, meat, liver, fish etc.


১) এই ভিটামিনে পেশী,স্নায়ু নাইবা জননাংগীয় পাচক ৰসসমূহ নষ্ট নোহোৱাকৈ ৰাখে। 1) This vitamin keeps muscles, nerves or genital digestive juices undamaged.
২) শৰীৰৰ পেশীসমূহৰ স্বাভাৱিক বিকাশ নিয়ন্ত্ৰণ কৰে। 2) Regulates normal growth of body muscles.
৩) ভ্ৰূণৰ স্বাভাৱিক বৃদ্ধি নিয়ন্ত্ৰণ কৰে। 3) Regulates normal growth of the fetus.
৪) শুক্ৰাণুৰ বিকাশত সহায় কৰে। 4) Helps in the development of sperm.


১) পেশীৰ শিথিলতাই দেখা দিয়ে। 1) Muscle relaxation occurs.
২) যকৃতৰ ক্ষয়ৰোগ(nacrosis) হয়। 2) Liver decay (nacrosis).
৩) মাতৃদেহত ভ্ৰূণৰ মৃত্যু আৰু গৰ্ভপাত হয়। 3) The death and abortion of the fetus occurs in the mother body.
৪) মতা প্ৰাণীৰ ক্ষেত্ৰত শুক্ৰাশয়ৰ গঠন টুটি যায় আৰু বন্ধ্যাত্বপ্ৰাপ্তি হোৱা দেখা যায়। 4) In male animals, the formation of sperm is broken and infertility is observed.


পূৰ্ণবয়স্ক পুৰুষৰ ৩০ I.U.,স্ত্ৰীৰ ক্ষেত্ৰত ২৫ I.U.,গৰ্ভবতী মহিলাৰ ৩০ I.U.,(এক I.U.সমান ০.৬৭ মিলিগ্ৰাম)। 30 I.U., 25 I.U in females, 30 I.U., (one I.U.equal 0.67 mg) for females.


এই ভিটামিনক ৰক্তক্ষৰণ প্ৰতিৰোধী ভিটামিন বুলি কোৱা হয়। This vitamin is called anti-bleeding vitamin.


ভিটামিন K যুক্ত যৌগবোৰক নেপথ'কুইন'ন (napthoquinone) বোলে। ভিটামিন K দুই ধৰণৰ - ভিটামিন K1 আৰু K2. Compounds containing vitamin K are called nepath'quinone (napthoquinone). There are two types of vitamin K - vitamin K1 and K2.
১) K1 ফাইল'কুইন'ন(phylloquinone)-সাধাৰণতে সেউজীয়া উদ্ভিদত পোৱা যায় আৰু
২) K2 ফাৰ্ন'কুইন'ন( K2-farnoquinone) - মাছত পোৱা যায়। ইয়াৰ ৰাসায়নিক বিন্যাস হ'ল C31H46O2। 1) K1 phylloquine (phylloquinone) is commonly found in green plants and
2) K2 farnoquine (K2-farnoquinone) - found in fish. Its chemical format is C31H46O2


সেউজীয়া উদ্ভিদ,যেনে-বন্ধাকবি,ছয়াবিন,শাক আদি আৰু মাছ,কণী,মাংস,গাখীৰত এই ভিটামিন থাকে। মানুহৰ অন্ত্ৰত বাস কৰা পৰজীৱী বেক্টেৰিয়াই ভিটামিন K সংশ্লেষণ কৰে।
Green plants, such as cabbage, soybeans, vegetables, etc., and fish, eggs, meat, milk contain this vitamin. Parasitic bacteria living in the human intestine synthesises vitamin K.


১) এই ভিটামিনে প্ৰ'থ্ৰমবিন(prothrombin) সৃষ্টিত সহায় কৰি ৰক্ত তঞ্চত(blood coagulation) ক্ৰিয়াত অংশগ্ৰহণ কৰে। 1) This vitamin participates in blood clotting (blood coagulation) by helping in the creation of prothrmobin (prothrombin).
২) এই ভিটামিনে মাইট'কণ্ড্ৰিয়াত ঘটা অক্সিডেটিভ ফছফ'ৰিলেছন(oxydative phosphorylation) ক্ৰিয়াত অংশগ্ৰহণ কৰে। 2) This vitamin participates in the oxidative phosphoriasin (oxydative phosphorylation) activity caused by mitochondria.
৩) পিত্ত নি:সৰণত সহায় কৰে।3) Helps in bile saping


১) এই ভিটামিনৰ অভাৱত তেজ গোট নামাৰে,ফলত ক্ষত স্থানৰ ৰক্তক্ষৰণ বন্ধ নহয়। ইয়াক হাইপ'প্ৰ'থ্ৰমবিনিমিয়া (hypoprothrombinemia) বোলে। 1) This vitamin deficiency causes blood clotting, preventing bleeding of the wound area. This is called hypoprothrmbinimia (hypoprothrombinemia).
২) জননাংগৰ কাৰ্য হ্ৰাস পাই বন্ধ্যাত্বপ্ৰপ্তি ঘটে।2) Infertility occurs by reducing genital function.

দৈনিক চাহিদা ৫ মিলিগ্ৰাম।
পানীত দ্ৰৱণীয় ভিটামিন Daily demand is 5 mg.
Soluble vitamins in water.


ভিটামিন B কমপ্লেক্স আঠটা B ভিটামিনৰ দ্বাৰা গঠিত:
B-1 (থিয়ামিন), B-2 (ৰাইবোফ্লেভিন), B-3 (নিয়াচিন), B-5 (পেণ্টোথেনিক এচিড), B-6 (পাইৰিডক্সিন), B-7 (বায়োটিন), B-9 (ফলিক এচিড), B-12 (কোবালামিন) Vitamin B complex consists of eight B vitamins:
B-1 (Thiamin), B-2 (Riboflavin), B-3 (Niacin), B-5 (Pentothenic Acid), B-6 (Pyridoxyne), B-7 (Biotin), B-9 (Folic Acid), B-12 (Cobamine).


এই ৰোগত স্নায়ু বিলাক ফুলি যায় আৰু সেইবাবে হাত ভৰি জিনজিনাই, হাত ভৰি লৰাব নোৱাৰা হয়। হৃদপিণ্ড দুৰ্বল হৈ পৰে আৰু আকাৰত ডাঙৰ হৈ। পেটৰ ভিতৰত পানী জমা হৈ পেটটো ডাঙৰ হৈ যায়। The disease causes the nerves to swell and therefore the limbs are unable to move. The heart becomes weak and grows larger in size. The stomach becomes enlarged by accumulation of water inside the stomach