Type Here to Get Search Results !

অশােক গছৰ ঔষধিয় গুণ

 



অশােক গছ


১। ধাতুৰ দোষঃ ২ কাপ পানীত ১০ গ্রাম অশােক গছৰ ছাল সিদ্ধ কৰি তাৰ একাপ থাকোতে নমাই ৰাখি ৰাতিপুৱাৰ আহাৰৰ পিছত এবাৰকৈ এমাহ খালে ধাতুৰ দোষ ভাল হয়।


২। ৰক্ত প্রদবঃ ২৫০ গ্রাম গাখীৰৰ সৈতে ৫০ গ্রাম পানী, আৰু ২০০ গ্রাম অশােকৰ ছাল মিহলাই গৰম কৰি ৰাতিপুৱা খোেবৱাৰ পিছত এবাৰকৈ ১৫ দিন খালে ৰক্ত প্রদব ভাল হয়।


৩। প্রস্রাব বন্ধ : ৫ গ্রাম অ- ক বীজ বটি সামান্য পানীৰ সৈতে প্রস্রাব নোহোৱা পর্যন্তএঘন্টাৰ মূৰে মূৰে খুৱালে প্রস্রাব হব।


৪। কৃমি: ১০গ্রাম অশোক গছৰ ছাল আধা লিটাৰ পানীত্ সিজাই আধামান পানীথা কোতে নমাই থব। সেই পানী ৰাতিপুৱা আৰু সন্ধিয়া ৭ দিন খালে কৃমি নাশ হব।